Wednesday, March 22, 2023
HomeAssameseআজাদি-কা-অমৃত মহোৎসৱ উপলক্ষে তিনিচুকীয়াত  চিত্ৰাংকণ প্ৰতিযোগিতা

আজাদি-কা-অমৃত মহোৎসৱ উপলক্ষে তিনিচুকীয়াত  চিত্ৰাংকণ প্ৰতিযোগিতা

আজাদি-কা-অমৃত মহোৎসৱ উপলক্ষে তিনিচুকীয়াত  চিত্ৰাংকণ প্ৰতিযোগিতা

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা । এই মহৎ উদ্দেশ্যৰ লগত সংগতি ৰাখি মঙলবাৰে তিনিচুকীয়া এন.ইউ হাইস্কুলত তিনিচুকীয়া ৰাজহচক্ৰ কাৰ্য্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ এই কায্যসূচীত তিনিচুকীয়া অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া দিম্পি ভট্টাচাৰ্য উপস্থিত থাকে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments