আজমলক তীব্ৰ ভাষাৰে গৰিহণা সাংবাদিক সংস্থাৰ

0
951
 গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভক চৰম অপমান কৰা AIUDF’ৰ সভাপতি তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে সংবাদিক সংস্থাই৷ এজন ৰাজনৈতিক নেতাৰ এনে অসভ্য ব্যৱহাৰত ক্ষোভিত সমগ্ৰ অসম৷ সাংবাদিকক প্ৰাণ নাশৰ ভাবুকিৰ লগতে অসৌজন্যসূচক আচৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদে গা কৰি উঠিছে৷ সংখ্যালঘুৰ কিংমেকাৰ হিচাপে নিজকে প্ৰতিপন্ন কৰি সাংবাদিকক কৰা এনে আচৰণে সমগ্ৰ সাংবাদিক জাতিক আত্মসন্মানৰ আঘাত হানিছে বুলি মতপোষণ পৰে সাংবাদিক সংস্থাই৷ লগতে, আজমলক এনে দুব্যৱহাৰৰ বিৰুদ্ধে উপযুক্ত শাস্তি বিহিবলৈ আহ্বান জনাই সাংবাদিকৰ লগতে সাধাৰণ জনতাই৷
শ্যামল নেওঁগ, মাৰ্ঘেৰিটা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here