Thursday, May 25, 2023
HomeAssameseআছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা স্বাধীনৰ শিবিৰত গুলিয়াই হত্যা

আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা স্বাধীনৰ শিবিৰত গুলিয়াই হত্যা

আলফা স্বাধীনলৈ যুৱক-যুৱতী সকল গৈ থকাৰ মাজতে অৰুণাচলৰ জয়ৰামপুৰত তিনিচুকীয়া আৰক্ষীৰ অভিযান৷

অভিযানত আটক আলফা স্বাধীনৰ সদস্য সন্তুষ লামা ওৰফে অপু অসমক মাৰাথন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ৷৷

আৰক্ষীৰ হাতত আটক হোৱা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমৰ বিষ্ফোৰণ মন্তব্য ৷

কা’ আন্দোলনৰ সময়ত আলফালৈ যোৱা আছুৰ বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক গুলিয়াই হত্যা কৰিলে আলফা স্বাধীনৰ শিবিৰত।

2020 চনৰ জানুৱাৰী মাহত আলফাত যোগদান কৰিছিল বিজু গগৈয়ে ৷

বিজু গগৈৰ মৃত্যুৰ খৱৰে শোকাকুল কৰি তুলিছে গগৈৰ বাসগৃহ।

শোকত ভাগি পৰিছে বিজু গগৈৰ পিতৃ-মাতৃৰ লগতে আত্মিয় কুতুম।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments