আই পি এল খেলাৰ সুযোগ পালে প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰে

0
177

আই পি এল খেলাৰ সুযোগ পালে প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰে

আই পি এল খেলিবলৈ সুযোগ পালে প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰে তেও হৈছে আলী খান
কলকাতা নাইট ৰাইডাৰ্ছ দলৰ বেগী বলাৰ হেৰী গাৰ্ণিৰ স্থানত আমেৰিকাৰ ২৯ বছৰীয়া আলী খানক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
কলকাতা নাইট ৰাইডাৰ্ছ দলৰ বেগী বলাৰ হেৰী গাৰ্ণি আঘাতজনিত সমস্যাৰ বাবে আই পি এলত অংশ নেলোবাৰ বাবে কলকাতা নাইট ৰাইডাছত অন্তৰ্ভুক্ত হয় আলী খান।
ইয়াৰ লগে লগে আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আলী খান।
আই পি এলত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে য়ু এ ইলৈ ৰাওনা হৈছে আলী খান।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here