আই পি এলত শিখৰ ধাৱানে গঢ়িলে অভিলেখ

0
84

আই পি এলত শিখৰ ধাৱানে গঢ়িলে অভিলেখ

দিল্লী কেপিটেলছ দলৰ অপেনিং বেটছমেন শিখৰ ধাৱানে এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত ধাৱানে ৫৭ ৰানৰ ইনিংছ খেলি এই অভিলেখ গঢ়ে।
এই ইনিংছটোৰ জৰিয়তে ধাৱানে আই পি এলত অৰ্ধশতক অৰ্জনকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত উপনীত হয়।
ধাৱানে আই পি এল কেৰিয়াৰৰ ৩৯তম অৰ্ধশতকটো অৰ্জন কৰে ধাৱানে বিৰাট কোহলী, সুৰেশ ৰাইনা আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰে। কোহলী, ৰাইনা আৰু ৰোহিতৰ নামত আছে ৩৮টাকৈ অৰ্ধশতক।
আই পি এলত শতক অৰ্জনকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে ক্ৰিছ গেইল।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here