আইপিএলত ধোনীৰ আন এক অভিলেখ

0
214

আইপিএলত ধোনীৰ আন এক অভিলেখ

আই পি এলত ধোনীয়ে গহিলে আন এক অভিলেখ৷ আইপিএলত ২০০ মেচ খেলা প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷
সোমবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলপথাৰত নমাৰ লগে লগে তাৰকাগৰাকীয়ে এই অভিলেখ গহে ৷
আই পি এলত সর্বাধিক মেচ খেলাৰ তালিকাত ধোনীৰ পিছতে স্থান লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা আৰু চেন্নাই ছুপাৰ কিংছৰ বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনাই৷ ৰোহিতে ১৯৭খন আৰু ৰাইনাই ১৯২খন মেচ খেলিছে৷
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here