অৱশেষত প্ৰকাশ পালে বৰকটকী অসমীয়া কেলেণ্ডাৰ

0
1451

অৱশেষত প্ৰকাশ পালে বৰকটকী অসমীয়া কেলেণ্ডাৰ

সাধাৰণতে প্রত্যেক বছৰে বহাগ মাহৰ আগৰ পৰাই বৰকটকী কেলেণ্ডাৰ বজাৰত উপলদ্ধ হয় প্ৰধানকৈ উজনি অসমৰ লগতে গুৱাহাটীতো জনপ্ৰিয় হৈ পৰা বৰকটকী দেৱাল কেলেণ্ডাৰ ১০ লাখতকৈয়ো অধিক কেলেণ্ডাৰ প্ৰকাশ পায় ভাৰতৰ বাহিৰলৈও কেলেণ্ডাৰৰ কপি সমূহ প্ৰেৰণ কৰা হয় কিন্তু এইবাৰ লকডাউনৰ বাবে প্ৰকাশ পোৱাত পলম হল যোৰহাটত  প্ৰথম দিনটোতে বিত্ৰুী হৈছে প্ৰায় ১ লাখৰো অধিক বৰকটকী অসমীয়া   দেৱাল কেলেণ্ডাৰ
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here