Monday, November 28, 2022
HomeAssameseঅৰুণাচলৰ লেলেকত ভয়ানক ভুস্খলন , ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ গাড়ী

অৰুণাচলৰ লেলেকত ভয়ানক ভুস্খলন , ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ গাড়ী

অৰুণাচলৰ লেলেকত ভয়ানক ভুস্খলন , ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ গাড়ী

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাছিঘাট আ’ল সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত হৈছে ভয়ানক ভুস্খলন ।

ভুস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে আবদ্ধ হৈ পৰিছে শ শ গাড়ী। বাতৰি লিখাৰ সময় লৈকে আহি পোৱা নাই কোনো জে চি বি ।

নিশা সংঘটিত হৈছিল ভূমিস্খলন , কিন্তু বাতৰি যুগত কৰা পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগে বৰষুণৰ বাবে পথ মুকলি কৰি দিব নোৱাৰাত এতিয়া সমস্যাৰ সন্মূখীন হব লগা হৈছে দূৰ দূৰণিৰ পৰা অহা যাত্ৰী সকলৰ লগতে, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা গাড়ী চালক সকল।

অৰুণাচলৰ লেলেকত ভয়ানক ভুস্খলন , ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ গাড়ী

উল্লেখযোগ্য যে বৰষুণৰ হৈ থকাৰ ফলত অলপ অলপ কৈ পাহাৰৰ পৰা শিল , মাটি খহি পৰা অব্যাহত আছে। গাড়ী চালকৰ ভায্য অনুসৰি দুৰ্ঘটনা ৰ পৰা কথমপি ৰক্ষা পৰিছে কিছু যাত্ৰী।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments