Thursday, March 30, 2023
HomeAssameseঅৰুণাচলত আটক কৰা দুজন আলফা(স্বা)ৰ কেডাৰক অসম আৰক্ষীক হস্তান্তৰ

অৰুণাচলত আটক কৰা দুজন আলফা(স্বা)ৰ কেডাৰক অসম আৰক্ষীক হস্তান্তৰ

যোৱা ৩১ মে তাৰিখে আলফা(স্বাধীন)ৰ শিবিৰৰ পৰা পলায়ন কৰা দুগৰাকী কেডাৰ ক্ৰমে সুৰজিত গগৈ ওৰফে খেপ’ অসম শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমৰ অৰুণাচল প্ৰদেশৰ খুনচা স্থিত ৬ নং আসাম ৰাইফলছে ম্যানমাৰ পৰা ভাৰতত প্ৰৱেশ কৰি থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজু নামৰ ঠাইত গ্ৰেপ্তাৰ কৰা হৈছিল।। আজি এই দুইগৰাকী কেডাৰক অসম আৰক্ষীক গতাই দিতে অৰুণাচল আৰক্ষীয়ে।। ইতিমধ্যে তিনিচুকীয়া জিলাৰ এখন আৰক্ষী থানাত কেডাৰ দুগৰাকীক অসম আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments