অসম প্ৰদেশ মহিলা কংগ্ৰেছে আৰক্ষীক প্ৰদান কৰিলে স্মাৰকপত্ৰ

0
1143

NE INDIA: নগাঁও জিলাত বিভিন্ন নাৰীজনিত অপৰাধ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তেনে ঘটনাসমূহ হ’ল  কন্যা-শিশু আৰু মহিলা সকলৰ লগত হোৱা  ধৰ্ষণ তথা আন অনৈতিক কাৰ্য্য সমূহ। এনেবোৰ অপকৰ্মক ৰোধ কৰাৰ বাবে নগাঁও প্ৰদেশ মহিলা কংগ্ৰেছ তথা হোজাই  মহিলাসকলে আৰক্ষী বিভাগক দাখিল কৰিছে এক স্মাৰকপত্ৰ । যিখনত তেওঁলোকে দাবী কৰিছে অসমৰ গোটেই থানা সমূহত মহিলা কনিষ্টবল, মহিলা আৰক্ষী বিষয়াক নিযুক্তি কৰাৰ বাবে লগতে মহিলা আশ্ৰয় গৃহ সমূহত চিচি কেমেৰা লগোবা আদিকে ধৰি বিভিন্ন দাবী।

https://youtu.be/sxcoCD4CIKk?t=7

আদিল শ্বাহ নগাঁও, NE INDIA NEWS 

LEAVE A REPLY

Please enter your comment!
Please enter your name here