Tuesday, March 21, 2023
HomeAssameseঅসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ভাষা দিৱস উদযাপন

অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ভাষা দিৱস উদযাপন

অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ভাষা দিৱস উদযাপন

সোমবাৰে সমগ্ৰ অসমৰ লগতে অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ,ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ থানা চাৰিআলিস্থিত ডঃ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি উদ্যানত ভাষা দিৱস উদযাপন কৰা হয়। ১৯৬০ চনৰ ৪জুলাই দিনটোতে অসমীয়াৰ ভাষা আন্দোলনত জঁপিয়াই আৰক্ষীৰ গুলিত শ্বহীদ হবলগীয়া হৈছিল ৰঞ্জিত বৰপূজাৰী । শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিনটো ভাষা দিৱস হিচাপে উদযাপন কৰি শ্বহীদ জনৰ ফটোত এগছি বন্তি জ্বলাই , শ্ৰদ্ধাঞ্জলি জনাই অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া সকলে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments