Saturday, March 25, 2023
HomeAssameseঅসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰে বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰে বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰে বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু আয়োজকসকলৰ সৈতে মিলিত হয় এখন বৈঠকত। উক্ত বৈঠকখনত অহা ২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান ‘লোকমন্থন’ বিষয়ে আলোচনা কৰা হয়। অসম চৰকাৰৰ সহযোগত অহা ২১ ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানটোত সমগ্ৰ দেশৰ সহস্রাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী সফলতাৰে আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে। উক্ত বৈঠকখনত মুখ্যমন্ত্রী গৰাকীৰ সৈতে উপস্থিত থাকে শিক্ষশিক্ষা বিভাগৰ মাননীয় উপদেষ্টা ড° ননীগোপাল মহন্ত।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments