অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে চব্বিশ টা বছৰ অতিক্ৰম কৰি আজি পঁচিশ টা বছৰ গৰকাৰ উপলক্ষে সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি উদ্যোগত আৰু তিনিচুকীয়া আৰু মাকুম শাখা সমিতিৰ সহযোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত দশম দ্বি-বাৰ্ষিক অধিবেশন খনি পুৱাৰে পৰা বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে অনুষ্ঠিত কৰা হয়,লগতে এই অধিবেশনখনৰ লগত সংগতি ৰাখি এখনি প্ৰতিনিধি সভা আয়োজন কৰা হয়।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News