Sunday, May 28, 2023
HomeAssameseঅসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উপস্থিত শুকান পুখুৰী...

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উপস্থিত শুকান পুখুৰী চাহ বাগিচাত

সোমবাৰে তিনিচুকীয়া জিলাৰ শুকান পুখুৰী চাহ বাগিচাৰ বালুগাদাৰ ৩নং বাগানত একাংশ দুষ্টচক্ৰই প্ৰায় ১৫০ জোপা চাহগছ কাটি পেলাই । বৃহস্পতি বাৰে শুকান পুখুৰী চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উপস্থিত হোৱাৰ সময়ত চাহ বাগিচাৰ কৰ্মচাৰী সকলে   ক্ষোভৰে প্ৰকাশ কৰি কয় , দুষ্ট চক্ৰৰ সৈতে  জড়িত শাস্তি প্ৰদান কৰি বাগান খন বচাবলৈ সংগঠনটোক আহ্বান জনায় । কৰ্মচাৰী সকলে লগতে  এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষিত কৰাৰ লগতে এই অঞ্চলত প্ৰচলন হৈ থকা নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা লবলৈ আহ্বান জনায় সংগঠনটোক । অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ সভাপতি গৰাকীয়ে অতি শীঘ্ৰে জিলা প্ৰশাসনক উচিত পদক্ষেপ ল’বলৈ আহ্বান জনাই।


ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments