কৰণা কালত নিজ পত্নী আৰু পুত্ৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানক লাভাম্বিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বক্ৰ পথ গ্ৰহণ কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী তথা আপ নেতা মণিষ চিচোদিয়াই । মণিষ চিচোদিয়াৰ অভিযোগ ৬৩০ টকা চৰকাৰে ক্ৰয় কৰি অহা PPE KIT পত্নীৰ প্ৰতিষ্ঠানৰ পৰা টকাত ক্ৰয় কৰিছিল । লগতে পুত্ৰৰ পাৰ্টনাৰশ্বিপত থকা প্ৰতিষ্ঠানক লাভাম্বিত কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকা প্ৰদান কৰিছিল ।
দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত এই গুৰুতৰ অভিযোগ মণিষ চিচোদিয়াৰ । The wire ত প্ৰকাশিত এই দুৰ্নীতিৰ কথাৰ আঙুলিয়াই মণিষ চিচোদিয়াৰ বিজেপি নেতৃত্বলৈ প্ৰশ্ন । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লবনে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ।
National Desk , Ne India News