অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মণিষ চিচোদিয়াৰ

53

কৰণা কালত নিজ পত্নী আৰু পুত্ৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানক লাভাম্বিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বক্ৰ পথ গ্ৰহণ কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী তথা আপ নেতা মণিষ চিচোদিয়াই । মণিষ চিচোদিয়াৰ অভিযোগ ৬৩০ টকা চৰকাৰে ক্ৰয় কৰি অহা PPE KIT পত্নীৰ প্ৰতিষ্ঠানৰ পৰা টকাত ক্ৰয় কৰিছিল । লগতে পুত্ৰৰ পাৰ্টনাৰশ্বিপত থকা প্ৰতিষ্ঠানক লাভাম্বিত কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকা প্ৰদান কৰিছিল ।
দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত এই গুৰুতৰ অভিযোগ মণিষ চিচোদিয়াৰ । The wire ত প্ৰকাশিত এই দুৰ্নীতিৰ কথাৰ আঙুলিয়াই মণিষ চিচোদিয়াৰ বিজেপি নেতৃত্বলৈ প্ৰশ্ন । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লবনে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here