অসমৰ বানপিড়িতক সহায় কৰিব একনাথ সিন্ধে গোটে

9

অসমৰ বানপিড়িতক সহায় কৰিব  একনাথ সিন্ধে গোটে

অসমৰ বানপিড়িতৰ বাবে সহায় আগবঢ়াব শিৱসেনাৰ বিসম্বাদী গোটে । একনাথ সিন্ধে নেতৃত্বাধীন বিসম্বাদী বিধায়কৰ দলটোৱে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুজিলৈ দান কৰিব ৫১ লাখ টকা ।


মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ধুমুহাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাজ্যৰ ৰাজধানী গুৱাহাটী । গুৱাহাটী বাহৰ পাতি থকাৰ সময়তে টুইটাৰৰ যোগেৰে বানপিড়িতক সহায় কৰা কথা প্ৰকাশ কৰিছে একনাথ সিন্ধে ই । একনাথ সিন্ধেৰ টুইটক ৰিটুইট কৰি এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here