অসমৰ নিৱনুৱা সকলৰ বাবে সুখবৰ

0
750

NEWS DESK NE INDIA: অসমৰ বাবে এক সুখবৰ । START-UP WORLD OF INNOVATION IN FUTURE TECHNOLOGIES ৰ উদ্যোগত  অসমৰ দক্ষিণ কামৰূপৰ বঙৰা অঞ্চলত অনুস্থিত হ’ব এক আধাৰশিলা অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব বহুতো বহুজাতিক কোম্পানী । এনে ধৰণৰ কাম হাতত লোৱাৰ বাবে লাভৱান হ’ব ৰাজ্যখনৰ নিবনুৱাসকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here