অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘BRIDGE’ ছবিখনে

12

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘BRIDGE’ ছবিখনে

ঘোষণা কৰা হল ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
অসমৰ কেইবাখনো চলচ্চিত্ৰ আৰু চুটি ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা l অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘BRIDGE’ ছবিখনে । ইয়াৰ পুৰ্বে এই ছবিখনে মুম্বাইত অনুষ্ঠিত গোল্ডেন জুৰি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱতো শ্ৰেষ্ট সামাজিক ছবিৰ সন্মান লাভ কৰিছিল । ৰমা কুমাৰ দাস আৰু সবিতা দেৱীৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ পৰিচালক কৃপাল কলিতা । ডিমাচা ভাষাৰ চিনেমা ছেমখৰে লাভ কৰিলে ৰজত কমল বটা । ছেমখৰ ছবিখনৰ পৰিচালনা আইমী বৰুৱাৰ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here