অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা হল ভাৰতীয় ক্ৰিকেট দল

0
164

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা হল ভাৰতীয় ক্ৰিকেট দল

ডিচেম্বৰত অষ্ট্ৰেলিয়াত হবলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰে বি চি চি আই য়ে ।
ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টেষ্ট, এদিনীয়া আৰু টী-২০ এই তিনিটা ছিৰিজৰ বাবে দল নিৰ্বাচন কৰে।
বি চি চি আই য়ে ঘোষণা কৰা ভাৰতীয় টেষ্ট ক্ৰিকেট দলটো হল – বিৰাট কোহলী (অধিনায়ক), আজিংকা ৰাহানে (উপ-অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব’, লোকেশ ৰাহুল, চেতেশ্বৰ পুজাৰা, হনুমা বিহাৰী, শুভমন গীল, ঋদ্ধিমান সাহা (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ) যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, উমেশ যাদব, নভদীপ ছাইনী, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা, ৰবীচন্দ্ৰন অশ্বিন আৰু মহম্মদ ছিৰাজ।
এদিনীয়া নিৰ্বাচিত হোৱা দলটোত আছে – বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান, শুভমন গীল, লোকেশ ৰাহুল (উপ-অধিনায়ক/উইকেটকীপাৰ), শ্ৰেয়াস আয়াৰ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, মায়ংক আগৰৱাল, ৰবীন্দ্ৰ জাডেজা, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী,নৱদীপ ছাইনী আৰু শাৰ্দুল ঠাকুৰ।

টী-২০ত নিৰ্বাচিত হোৱা দলটোত আছে- বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান,মায়ংক আগৰৱাল, লোকেশ ৰাহুল (উপ-অধিনায়ক/উইকেটকীপাৰ),শ্ৰেয়াস আয়াৰ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, সঞ্জু ছেমছন (উইকেটকীপাৰ),ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী,নৱদীপ ছাইনী, দীপক চাহাৰ আৰু বৰুণ চক্ৰৱৰ্তী।
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here