অশ্ৰুসিক্ত নয়নেৰে পাথাৰকান্দি বাসী ৰাইজে বিদায় দিলে দেৱী দুৰ্গাক

0
69

অশ্ৰুসিক্ত নয়নেৰে পাথাৰকান্দি বাসী ৰাইজে বিদায় দিলে দেৱী দুৰ্গাক

কৰনা আতংকৰ মাজতে কভিদ পটকল মানি ৰাজবাসীয়েউদযাপন কৰিলে দূগাপুজা তাৰ বতিত্ৰম নহয় পাথাৰকান্দিয়ো
চৰকাৰৰ নিদেশ অনুসৰি কভিদ পটকল মানি পাথাৰকান্দি বাসীয়ে উদযাপন কৰে দূগোসৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাথাৰকান্দিতো অতি আনন্দ উল্লাসেৰে ১১ খন পূজা মণ্ডপৰ দেবীক বিসৰ্জন কৰা হয়। বজাৰস্থিত লঙ্গাই নৈৰ বিসৰ্জন ঘাটত পাথাৰকান্দি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু পাথাৰকান্দি থানা আৰক্ষীৰ লোকৰ লগতে আটাইকেইখন পুজা মণ্ডপৰ বিষয়ববীয়া স্বেচ্ছাসেৱীসকল উপস্থিত থাকে বিসৰ্জন স্থলীত।

তপন কুমাৰ ৰয়,পাথাৰকান্দি,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here