অভিনেতা ছুনু সুদলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ সন্মান

0
121
Sonu Sood

অভিনেতা ছুনু সুদলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ সন্মান

বলিউদৰ জনপ্ৰিয় অভিনেতা ছুনু সুদুৰ মহানুভৱতা বাবে আগবঢোৱা হৈছে এক বিশেষ সন্মান। ক’ৰুণা মহামাৰী সময়ত বিভিন্নজনক সহায় কৰাৰ লগতে দৰিদ্ৰ তথা আৰ্তজনক সহায় কৰাৰ বাবে ৰাষ্ট্ৰসংঘ তৰফৰ পৰা আগবঢোৱা হৈছে এই সন্মান।ইউনাইটেড নেচনছ ডেভেলপমেণ্ট প্ৰ্গামে এই সন্মান আগবঢাব অভিনেতা ছুনু ছুদক।

Entertainment Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here