অভিনেতা আমীৰ খানৰ বাসভৱনত কৰনাৰ প্ৰবেশ 

0
104
amir khan

অভিনেতা আমীৰ খানৰ বাসভৱনত কৰনাৰ প্ৰবেশ 

প্ৰখ্যাত অভিনেতা আমিৰ বাসভৱনত মহামাৰী কৰনাৰ প্ৰবেশ ঘটিছে । আমীৰ খানৰ বাসভৱনত থকা ৭ গৰাকী লোকৰ দেহত পোৱা গৈছে কৰনা পজিটিভ । আমীৰ খানৰ ড্ৰাইভাৰ , ৰান্ধনী আক্ৰান্ত কৰনাত । ইতিমধ্যে এই কথা স্বিকাৰ কৰিছে অভিনেতা গৰাকী । পৰিয়ালৰ আন সকলৰ swab টেষ্ট কৰোৱা হৈছে বুলি মন্তব্য আমীৰ খানৰ । “লাল সিং চাড্ডা ‘ ছবিত ব্যস্ত থকা অভিনেতা গৰাকীয়ে নিজে swab টেষ্ট কৰালে নে নাই , যদি কৰোৱা নাই ,কেতিয়ালৈ কৰাব , এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই ।
National Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here