বৃহস্পতিবাৰে তিনিচুকীয়াৰ বাৰেকুৰিৰ তৰাজান-লেছেংকা পুৰণি নামঘৰত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি বিগত ১১ বছৰৰ মূৰত মৰাণ জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ধৰ্ম হুঁচৰি পালন কৰে ২৯ টাকৈ দিন সম্পূৰ্ণৰূপে ধৰ্মীয় হুচৰি পালন কৰাৰ পাছত বৃহস্পতিবাৰে বিহুখোলাত দিনযোৰা কায্যসূচীৰে আনন্দ উল্লাসেৰে নাচিবাগি ডেকা-গাভৰুসকলে নামঘৰত বিহু উৰুৱাই ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News