অক্টোবৰৰ প্ৰথম সপ্তাহতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা
অক্টোবৰ মাহৰ প্ৰথ্ম সপ্তাহতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হ’ব পাৰে মূষলধাৰ বৰষুণ।ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই ভয়াবহ আগজাননী।অসম,মেঘালয়,নাগালেণ্ড,মণিপুৰ,মিজোৰাম,ত্ৰিপুৰাত সৃষ্টি হ’ব পাৰে।ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই ৰাজ্য কেইখ্নলৈ জাৰি কৰিছে য়েল্ল’ এৰ্লাট।কেৱল ধুমুহাই নহয় হ’ব পাৰে বিজুলি,ঢেৰেকনি আৰু ধুমুহা।ক’ৰুণা মহামাৰী মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই গুৰুত্বপূৰ্ণ তথ্য।
News Desk, Ne india